বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা ২৭হাজাৰ ২৫৪ গৰাকী

 09/13/2021 - 14:49
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা ২৭হাজাৰ ২৫৪গৰাকী লোক। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৩৭হাজাৰ ৬৮৭গৰাকী। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১৯গৰাকী। ভেকচিন প্ৰদান কৰা হৈছে ৭৪কোটি ৩৮লাখ ৩৭হাজাৰ ৬৪৩গৰাকী লোকক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।