প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু

 09/13/2021 - 18:27
 
 
নিউজ ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু। কংগ্ৰেছ নেতাগৰাকীয়ে ৮০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।মাংগালুৰুৰ এখন হস্পাতালত মৃত্যু হয় নেতাগৰাকীৰ।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।