দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা

 09/16/2021 - 14:38
 
 
নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে নতুনকৈ ক’ৰণাত আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত হৈছে ৩০৫৭০জন লোক। যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ৩৮৩০৩জন লোক।দেশত ক’ৰণাত আক্ৰান্ত ৪৩১জন লোকে হেৰুৱাইছে প্ৰাণ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।