গৰুখুটিত হোৱা ৰক্তাক্ত ঘটনাক লৈ ১২ ঘণ্টীয়া দৰং বন্ধ ঘোষণা

 09/24/2021 - 13:19
 
 
 
নিউজ ডেস্কঃ শুকুৰবাৰে ১২ ঘণ্টীয়া দৰং জিলা বন্ধ ঘোষণা কেইবাটাও সংগঠনৰ। দৰং জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ যোৱাৰ পিচত সংঘটিত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া।আমছুৰ দৰং জিলা সমিতি, সংগ্ৰাম পৰিষদ, জমিয়ত উলেমা হিন্দ, ইত্তেহাদ ফ্ৰণ্ট, নেমছু, মুছাৰ আদি দল, সংগঠনে আহ্বান কৰিছে এই বন্ধ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।