অৰুণাচলত ভূমিকম্পৰ জোকাৰণিঃ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৫

 09/25/2021 - 14:28
 
 
 
নিউজ ডেস্কঃ পুৱা ১০ঃ১১ বজাত ভূমিকম্পই জোকাৰি গ’ল অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলক। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৪.৫ ।ভূমিকম্পৰ অভিকেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পাংগিনৰ ২৩৭ কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।