প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি বৃদ্ধি, যোৱা ৯ মাহত সম্পত্তিৰ পৰিমাণ বৃদ্ধি প্ৰায় ২২ লাখ টকা

 09/26/2021 - 16:36
 
 
 
নিউজ ডেস্কঃ যোৱা ৯ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২২ লাখ টকা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশিত এক তথ্যত প্ৰকাশ পাইছে এই কথা। ২০২১ চনৰ ৩১ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণে ৩.০৭ কোটি টকালৈ বৃদ্ধি পায়।আনহাতে নৰেন্দ্ৰ মোদীৰ বেংক বেলেঞ্চ ২০২০ বৰ্ষৰ পৰা ২০২১ বৰ্ষৰ ভিতৰত ১.৫ লাখৰ পৰা ৩.৩৮ লাখলৈ বৃদ্ধি পাইছে ।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.