09/27/2021 - 15:07
in
নিউজ ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টাত ভাৰতত ২৬হাজাৰ ৪১গৰাকী লোক আক্ৰান্ত। ২৭৬গৰাকী ৰোগীৰ মৃত্যু বিগত ২৪ঘণ্টাত। সুস্থ হৈ ঘৰলৈ উভতিছে ২৯হাজাৰ ৬২১গৰাকী। বৰ্তমান প্ৰায় ৩ লাখ কৰ’না ৰোগী চিকিৎসাধীন অৱস্থাত আছে।