মাজুলীবাসীলৈ ভাল খবৰঃ আজিৰ পৰা মাজুলী-নিমাতিৰ মাজত চলাচল কৰা ফেৰীৰ অনলাইন টিকেট বুকিং আৰম্ভ

 09/27/2021 - 16:20
 
 
নিউজ ডেস্কঃ মাজুলীবাসীলৈ ভাল খবৰ। আজিৰ পৰা মাজুলী-নিমাতিৰ মাজত চলাচল কৰা ফেৰীৰ অনলাইন টিকেট বুকিং আৰম্ভ।  
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।