দেশত যোৱা ২৪ ঘণ্টাত ১৮৭৯৫ জনৰ দেহত ক’ভিড-১৯ পজিটিভ, ১৭৯ জনৰ মৃত্যু

 09/28/2021 - 16:05
 
 
নিউজ ডেস্কঃ দেশত যোৱা ২৪ ঘণ্টাত ১৮৭৯৫ জনৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ। ২৬০৩০জন আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৭৯জনৰ।দেশত এতিয়াও ক’ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯২২০৬জন ৰোগী। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত ৩৩৬৯৭৫৮১জনলৈ বৃদ্ধি ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।