কামপুৰৰ কপিলী নদীত গা ধুবলৈ গৈ এজন লোক সন্ধানহীন

 09/28/2021 - 18:56
 
 
কামপুৰঃ কামপুৰৰ কপিলী নদীত অঘটন। গা ধুবলৈ গৈ এজন লোক সন্ধানহীন। লোকজন যোৰহাটৰ ৰমেশ বেদিয়া বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে ৰমেশ কামপুৰত আছিল। সন্ধানহীন ৰমেশ বেদিয়াক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে SDRF আৰু স্থানীয় ৰাইজে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।