এইবাৰ দালালৰ কবলত মাজুলীৰ এজন শিক্ষক

 09/29/2021 - 13:18
 
 
 
 
মাজুলীঃ যতীন হাজৰিকা ওৰফে জিতু নামৰ দালালিৰ চক্ৰান্তত পৰি ঘৰ-মাটি সকলো হেৰুৱাইছে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ আনন্দ হাজৰিকাই। ২০০৪ চনত চোলাধৰা জ্ঞানপীঠত ড০ হাজৰিকাই লোৱা ২ কঠা লোছা মাটি আৰু এটা পকী ঘৰ কৌশলেৰে নিজৰ কৰি লোৱাৰ অভিসন্ধি যতীন হাজৰিকা। ড০ হাজৰিকাই বিচাৰিছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ধুৰন্ধৰ দালালি যতীনক গ্ৰেপ্তাৰৰ লগতে তেওঁৰ পৰিয়ালক ন্যায় প্ৰদানৰ কৰে যেন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।