প্ৰয়াত কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ আজি জন্মদিনঃ জুবিন গাৰ্গৰ আবেগিক পোষ্ট

 10/01/2021 - 15:18
 
 
নিউজ ডেস্কঃ আজি প্ৰয়াত কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ জন্মদিন। ২০০২ চনত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লৈছিল জংকী বৰঠাকুৰে। এক সংগীতানুষ্ঠানলৈ গৈ থকাৰ অৱস্থাত তেজপুৰৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল জংকী।
 
সেইসময়ত অন্য এখন গাড়ীত জুবিন গাৰ্গো আছিল। জন্মদিনৰ দিনটোত প্ৰয়াত শিল্পীগৰাকীক সোঁৱৰি ককায়েক জুবিন গাৰ্গে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।