লখিমপুৰত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

 10/01/2021 - 18:44
 
 
 
নাওবৈচাঃ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে প্ৰতিবাদ লখিমপুৰত। শ্বহীদক ঘাটক আখ্যা দিয়াৰ বাবে এই প্ৰতিবাদ। অসম গণ পৰিষদৰ লখিমপুৰত অগপৰ জিলা সমিতি সমষ্টি কমিতি, যুৱদল, মহিলা দল, আঞ্চলিক সমিতিয়ে শ্বেৰমান আলিৰ প্ৰতিকৃতি দাহ কৰি কৰে প্ৰতিবাদ। শ্বেৰমান আলিয়ে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি দাবী কৰে৷ বিধায়কজনক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।