কামপুৰত বাইক আৰু চাইকেলৰ সংঘৰ্ষত তিনিজন আহত

 06/02/2019 - 14:18

কামপুৰঃ কামপুৰৰ কাকতি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক আৰু চাইকেল আৰোহীৰ মুখামুখি সংঘৰ্ষত তিনিজন আহত হৈছে।

আহত কেইজন প্ৰদীপ হীৰা, অবিনাশ দেউৰী আৰু প্ৰাঞ্জল হীৰা। সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ প্ৰদীপ হীৰা আৰু অবিনাশ দেউৰীক।

বৰ্তমানে কামপুৰ এফআৰইউত চিকিৎসাধীন প্ৰাঞ্জল হীৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।