টীয়ক আৰক্ষীৰ অভিযানঃ ৭.৬৫ পিষ্টল, সজীৱ গুলীসহ দুজন দুৰ্ধৰ্ষ ডকাইতক আটক

 10/03/2021 - 12:40
 
 
টীয়কঃ উজনিৰ দুৰ্ধৰ্ষ ডকাইত আৰু বহু অপৰাধত জড়িত বাবুল লাহন আৰু সহযোগী প্ৰভাত গগৈক গ্ৰেপ্তাৰ। হত্যা অপহৰণ ডকাইতিৰ দৰে বহু গোচৰ আছিল বাবুল লাহনৰ বিৰুদ্ধে। টীয়ক আৰক্ষীৰ এটা দলে যোৱাৰাতি অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইতটোক। 7.65 পিষ্টল সজীৱ গুলী জব্দ কৰিছে আৰক্ষীয়ে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।