শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক

 10/03/2021 - 13:21
 
 
নিউজ ডেস্কঃ কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক৷ শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত বিধায়িনী দলে ল'ব সিদ্ধান্ত৷ বৈঠকত APCCৰ সভাপতি ভূপেন বৰা, উপ দলপতি ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ বিধায়কসকল উপস্থিত আছে৷ উপ নিৰ্বাচন সংক্ৰান্ততো হ'ব আলোচনা৷ আজি শ্বেৰমান আলীক হাজিৰ কৰোৱা হ’ব আদালতত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।