গুৱাহাটীত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডু

 10/03/2021 - 14:43
 
 
 
নিউজ ডেস্কঃ গুৱাহাটীত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডু। প্ৰথমটো কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অংশ ললে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। লুইতৰ পাৰত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰিব ঐতিহ্য কেন্দ্ৰ। GMCHত মুকলি কৰিব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।