অস্ত্ৰবিৰতি সংগঠন ডি এইচ ডি আৰু ডি এইচ ডি (জে)গোটে আহ্বান কৰা ৩৬ ঘণ্টীয়া ডিমাৰাজি বন্ধ প্ৰত্যাহাৰ

 10/04/2021 - 16:34
 
 
লংকাঃ প্ৰাক্তন ডি এইচ ডি আৰু ডি এইচ ডি (জে) বিভিন্ন দাবী সন্দৰ্ভত ৫ অক্টোবৰ পুৱা ৬টাৰ পৰা আহ্বান জনোৱা ৩৬ ঘণ্টীয়া ডিমাৰাজি বন্ধ ঘোষনা কৰিছিল যদিও বন্ধ প্ৰত্যাহাৰ কৰিছে সংগঠনটোৱে। প্ৰাক্তন ডিএইচ ডি মুৰব্বী দিলীপ নুনিচাই এক প্ৰেছ বিবৃতি যোগে এয়া স্পষ্ট কৰে। লগতে হোজাইত সংবাদ মেল যোগে বন্ধ প্ৰত্যাহাৰ কথা জনাই সংগঠনটোৰ কেডাৰসকলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।