মঙ্গলবাৰৰ পৰা মিজোৰামৰ বাজেট অধিৱেশন

 03/12/2019 - 15:56

ডিজিটেল ডেস্ক: মিজোৰামৰ বাজেট ধিৱেশন মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব। মঙ্গলবাৰে বিত্ত মন্ত্রীয়ে সদনত দাখিল কৰিব ৰাজ্যৰ বাজেটখন৷

 

মিজোৰামৰ আইজলত অনুষ্ঠিত হ’ব বাজেট অধিৱেশনখন৷ এইবাৰ বাজেটত ৰাজ্যৰ নিবনুৱা আৰু দৰিদ্ৰসকলৰ বাবে কেইবাখনো আঁচনি উত্থাপিত হোৱাৰ সম্ভাৱনা আছে৷ এতিয়া নতুন আশালৈ বাজেটখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰাজ্যবাসী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।