উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হ’ব ড্ৰোনৰ জৰিয়তে ভেকচিনৰ ডেলিভাৰী প্ৰক্ৰিয়াঃ ৪ অক্টোবৰত মুকলি এই বিশেষ সেৱা

 10/06/2021 - 12:38
 
 
নিউজ ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ কৰা হ’ব ড্ৰোনৰ জৰিয়তে ভেকচিনৰ ডেলিভাৰী প্ৰক্ৰিয়া। ৪ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই বিশেষ সেৱা। ই দক্ষিণ এছিয়াৰ ভিতৰত ক’ভিড ভেকচিন পৰিবহনৰ বাবে হাতত লোৱা প্ৰথম এনে ব্যৱস্থা।
 
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তত্বাৱধানত নিৰ্মিত এই ‘ Make in India ‘ ড্ৰোনৰ জৰিয়তে প্ৰায় ১২-১৫ মিনিটত ৩১ কিলোমিটাৰ দূৰত্বত ভেকচিন পৰিৱহণ ব্যৱস্থাটো সামৰি লব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।