উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ হ’ব ড্ৰোনৰ জৰিয়তে ভেকচিনৰ ডেলিভাৰী প্ৰক্ৰিয়াঃ ৪ অক্টোবৰত মুকলি এই বিশেষ সেৱা

 10/06/2021 - 12:38
 
 
নিউজ ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত আৰম্ভ কৰা হ’ব ড্ৰোনৰ জৰিয়তে ভেকচিনৰ ডেলিভাৰী প্ৰক্ৰিয়া। ৪ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এই বিশেষ সেৱা। ই দক্ষিণ এছিয়াৰ ভিতৰত ক’ভিড ভেকচিন পৰিবহনৰ বাবে হাতত লোৱা প্ৰথম এনে ব্যৱস্থা।
 
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তত্বাৱধানত নিৰ্মিত এই ‘ Make in India ‘ ড্ৰোনৰ জৰিয়তে প্ৰায় ১২-১৫ মিনিটত ৩১ কিলোমিটাৰ দূৰত্বত ভেকচিন পৰিৱহণ ব্যৱস্থাটো সামৰি লব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.