ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান

 10/06/2021 - 13:23
 
 
নিউজ ডেস্কঃ টেলিভিচনৰ জনপ্ৰিয় অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান৷ ৰামায়ণত ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ৮২ বছৰ বয়সত মৃত্যু অৰবিন্দ ত্ৰিবেদীৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।