বিগত ২৪ ঘণ্টাত ভাৰতত ক’ৰণাত আক্ৰান্ত ১৪ হাজাৰ লোক

 10/12/2021 - 16:07
 
 
নিউজ ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰণাত আক্ৰান্ত ১৪ হাজাৰ ৩১৩গৰাকী লোক। দেশত ক’ৰনাত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছে ৩,৩৯,৯২০গৰাকী। বিগত ২৪ ঘণ্টাত ২৬হাজাৰ ৫৭৯গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। বিগত ২৪ঘন্টাত ভাৰতত ৯৫,৮৯,০৪৯ কোটি লোকক প্ৰদান কৰা হৈছে ভেকচিন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।