প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ দিল্লী এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

 10/14/2021 - 13:04
 
 
 
 
 
নিউজ ডেস্কঃ দিল্লী এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য। উল্লেখ্য যে, বুধবাৰে নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ভৰ্তি কৰা হৈছিল এইমছত। জ্বৰ উঠাৰ পাছতে তেওঁক ভৰ্তি কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।