দেশত যোৱা ২৪ ঘণ্টাত ১৮,৯৮৭ জন ক’ৰণাত আক্ৰান্ত

 10/14/2021 - 14:07
 
 
নিউজ ডেস্কঃ দেশত যোৱা ২৪ ঘণ্টাত ১৮,৯৮৭জন ক’ৰণাত আক্ৰান্ত। সুস্থ হৈছে ১৯৮০৮জন লোক। ক’ৰণাত আক্ৰান্ত ২৪৬ জন লোকে হেৰুৱাইছে প্ৰাণ। এতিয়াও ভাৰতত ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২০৬৫৮৬ ৰোগী। উল্লেখ্য যে, বৰ্তমান সময়ত দেশত আৰোগ্যৰ হাৰ ৯৮.০৭ শতাংশ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।