চি আৰ পি এফৰ বিশেষ ৰে’লত বিস্ফোৰণ, আহত ৪

 10/16/2021 - 13:23
 
 
 
নিউজ ডেস্কঃ ছত্তীশগড়ত ভয়ংকৰ ঘটনা। ৰায়পুৰ ৰে’ল ষ্টেচনত চি আৰ পি এফৰ এখন বিশেষ ৰে’লত বিস্ফোৰণ। চি আৰ পি এফৰ জোৱান লৈ এই ৰে’লখন ঝাৰচুগুড়াৰ পৰা জন্মু তাৱীলৈ গৈছিল আৰু ৰায়পুৰ ৰে’ল ষ্টেচনত কিছু সময় ৰৈছিল।
 
সেই সময়তে এই ঘটনা সংঘটিত হয়। আহত ৪ জনকৈ চি আৰ পি এফৰ জোৱান। ডিটোনেটৰ ভৰ্তি বাকচ ৰেলখনৰ এটা দবাত পৰি যোৱাৰ ফলতে এই ঘটনা সংঘটিত হৈছে। ৰায়পুৰৰ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত পি আৰ পি এফৰ জোৱান কেইজনক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.