আজি ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চুবুৰীয়া দেশ নেপাল

 10/18/2021 - 18:36
 
 
 
 
নিউজ ডেস্কঃ সোমবাৰে দুপৰীয়া ১.৩১ বজাত চুবুৰীয়া দেশ নেপালত ভূমিকম্প৷ নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ৬০ কিলোমিটাৰ দূৰত এই ভূমিকম্পৰ উৎপত্তিস্থল। নেপালৰ উত্তৰ গোৰ্খা জিলাত ইয়াৰ কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।