সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাতো গোচৰ

 10/19/2021 - 12:57
 
 
গোলাঘাটঃ সামাজিক মাধ্যমত ইছলাম ধৰ্মালম্বী লোকসকলৰ লগতে ইছলাম ধৰ্মালম্বী লোকসকলৰ ধৰ্মীয় গুৰু হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত প'ষ্ট কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে গোলাঘাট জিলা আমছু।
 
আজি গোলাঘাট জিলা আমছুৱে অসমৰ সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বচৰা তথা ভাতৃ ঘাটি সংঘৰ্ষৰ উচটনি দিয়া সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অহা ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।