মাজুলীত লক্ষ্মীপূজা উপলক্ষে উষা কীৰ্তন

 10/20/2021 - 13:13
 
 
মাজুলীঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী দেৱীৰ পূজা। মাজুলীৰ কঠমীয়া-কঠালখোৱা ব্যৱসায়ী সন্থাৰ উদ্যোগত স্থানীয় যুৱক-যুৱতী, আইমাতৃসকলৰ লক্ষ্মীপূজা উপলক্ষে উষা কীৰ্তন ৰূপায়ণ৷ উজনি মাজুলীৰ কঠমীয়া, কঠালখোৱা, ৰতনপুৰ, চটাইপুৰ আদিকে ধৰি বিভিন্ন গাঁৱত উষা কীৰ্তন কৰি পৰিভ্ৰমণ কৰে৷ 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।