বদৰপুৰ আৰক্ষীৰ অভিযানঃ ইয়াবা টেবলেটসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক

 10/20/2021 - 13:45
 
 
 
বদৰপুৰঃ বদৰপুৰ আৰক্ষীৰ গোপন অভিযান। অভিযানত জব্দ ২৩৮০০ পৰিমানত ইয়াবা টেবলেট। গোপন সুত্ৰত পম খেদি বদৰপুৰ আৰক্ষীয়ে AS 10 D 9017 নম্বৰৰ এখন ওয়াগনাৰ গাড়ীৰ পৰা জব্দ কৰে এই অবৈধ ড্ৰাগছখিনি। আৰক্ষীৰ অভিযানত আটক আব্দুল কালাম আৰু মহবুৰ ৰহমান নামৰ দুই ড্ৰাগছ ব্যৱসায়ী। আৰক্ষীৰ তদন্ত অব্যাহত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।