কাকপথাৰৰ টঙনা চাহ-বাগিছাৰ পল্লৱ বৰগোঁহাইৰ ঘৰৰ বাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ সাপ

 10/22/2021 - 17:41
 
 
 
কাকপথাৰঃ কাকপথাৰৰ টঙনা চাহ-বাগিছাৰ ২৮ নং লাইনত পল্লৱ বৰগোঁহাইৰ ঘৰৰ বাৰীত উদ্ধাৰ প্ৰায় ১১ ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰ৷ অঞ্চলটোৰ উদ্যোমী যুৱক ৰুদুল মৰাণে অজগৰটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।