ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচী

 10/22/2021 - 18:51
 
 
 
বৰপেটাঃ বৰপেটা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আজি জিলা সদৰ বৰপেটা চহৰতো আছুৱে বৃহৎ সমদল উলিয়াই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰে৷ প্ৰতিবাদকাৰীসকলে পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনায়৷ সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হ’লে ৰাজ্যজুৰি পুনৰ ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আছুৱে৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।