পুনৰ বন্ধ হ’ব পাৰে ৰপেস্ক ফেৰী সেৱা

 10/23/2021 - 11:56
 
 
মাজুলীঃ ডলফিন নামৰ কোম্পানীয়ে আজি তিনিমাহ দিন ধৰি কৰ্মচাৰীক দৰমহা নোপোৱাৰ প্ৰতিবাদত ৰপেস্ক বন্ধৰ সিদ্ধান্ত কৰ্মচাৰীসকলৰ৷ ডলফিন নামৰ কোম্পানীটোৰ পৰা ৰাজ্য চৰকাৰে লৈছিল ১১ গৰাকী কৰ্মচাৰী আজি অফলামুখ ফেৰি ঘাটত যাত্ৰীসকলৰ হুলস্থুলীয়া পৰিস্থিতি৷ যাত্ৰীৰ হুলস্থূলীয়া পৰিৱেশৰ পিছত ৮ বজাৰ ফেৰি খন ৮:৪০ ত চলাবলৈ বাধ্য হয়৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।