ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটনঃ যান্ত্ৰিক বিজুতিৰ ফলত নদীৰ মাজতে আবদ্ধ এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন

 10/23/2021 - 12:48
 
 
মাজুলীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন৷ যান্ত্ৰিক বিজুতি ঘটি নদীৰ মাজতে আবদ্ধ এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন৷ পুৱা ৭-৩০ মাজুলীৰ কমলাবাৰী ফেৰী ঘাটৰ পৰা নিমাটি অভিমুখে ৰাওনা হৈছিল ফেৰীখন। ফেৰীখনত আছে শতাধিক যাত্ৰী আৰু ত্ৰিশখন বাইক। ব্ৰহ্মপুত্ৰৰ বুকুতে লংগৰ পেলাই ৰখাই থোৱা হৈছে ফেৰীখন। উদ্ধাৰৰ বাবে ৰাওনা উদ্ধাৰকাৰী ফেৰী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।