দেশত পুনৰ বাঢ়িছে ক’ৰণাত আক্ৰান্তৰ সংখ্যাঃ ২৪ঘণ্টাত মৃত্যু ৬৬৬গৰাকী

 10/23/2021 - 13:13
 
 
নিউজ ডেস্কঃ পুনৰ দেশত বাঢ়িছে ক’ৰণাত আক্ৰান্তৰ সংখ্যা। ২৪ঘন্টাত আক্ৰান্ত হৈছে ১৬হাজাৰ ৩২৬গৰাকী। বিগত ২৪ঘণ্টাত মৃত্যুৰ সংখ্যা ৬৬৬গৰাকী।বৰ্তমান দেশত চিকিতসাধীন হৈ আছে ১লাখ ৭৩হাজাৰ ৭২৮গৰাকী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।