ৰাইজৰ মূৰত মাধমাৰঃ গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.৪৬ টকা

 10/23/2021 - 14:24
 
 
 
নিউজ ডেস্কঃ গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩.৪৬ টকা৷ গুৱাহাটী মহানগৰীত আজিৰ দিনটোত পেট্ৰলৰ দামত ৫৯ পইচা বাঢ়িল।আনহাতে ৰাজ্যৰ অন্যান্য জিলাতো বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ দাম।
 
শনিবাৰৰ দিনটোত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হৈছেগৈ ১০৭.২৪ টকা। আনহাতে মুম্বাইত ১১৩.১২ টকা হৈছেগৈ প্ৰতি লিটাৰ পেট্ৰ'লত। আনহাতে মুম্বাইত প্ৰতিলিটাৰ ডিজেলৰ দাম ১০৪ টকা।পিছে প্ৰতিদিনাই মূল্যবৃদ্ধি হৈছে যদিও কোনো ধৰণৰ কাণসাৰ নাই চৰকাৰৰ। সাধাৰণ জনতাৰ মূৰত প্ৰতিদিনে সোধাই থকা হৈছে ৰামটাঙোনবজাৰত লাগিছে জুই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।