নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মৰিয়নীত উপস্থিত অতুল বৰা আৰু কেশব মহন্ত

 10/23/2021 - 15:50
 
 
মৰিয়নীঃ কংগ্ৰেছৰ শক্তিশালী নেতা ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনে আকৰ্ষণীয় কৰিছে মৰিয়নীৰ উপনিৰ্বাচন। শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মৰিয়নীত উপস্থিত হয় অতুল বৰা আৰু কেশব মহন্ত। পূৰ্ৱতে মৰিয়নীত বিজেপিৰ প্ৰাৰ্থী জয়ী নোহোৱাক লৈ কেশব মহন্তই কয়- এইবাৰ যোগ্য প্ৰাৰ্থীক দিয়া হৈছে প্ৰাৰ্থীত্ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।