ভাৰত-পাকিস্তানৰ টি-২০ ৰ বিৰোধিতা বাবা ৰামদেৱৰ, ক্ৰিকেট আৰু সন্ত্ৰাসবাদৰ খেল একেলগে হ’ব নোৱাৰে..

 10/24/2021 - 15:16
 
 
নিউজ ডেস্কঃ ভাৰত-পাকিস্তানৰ টি-২০ ৰ বিৰোধিতা বাবা ৰামদেৱৰ। নাগপুৰত বাবা ৰামদেৱৰ মন্তব্য- পাকিস্তানৰে ক্ৰিকেট খেলাটো ৰাষ্ট্ৰধৰ্মবিৰোধী। এয়া দেশৰ স্বাৰ্থৰ পৰিপন্থী। ক্ৰিকেট আৰু সন্ত্ৰাসবাদৰ খেল একেলগে হ’ব নোৱাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।