10/25/2021 - 15:20
in
নিউজ ডেস্কঃ ৰাজভৱনত উত্তৰ ভাৰতৰ আমদানিকৃত সংস্কৃতি৷ জাতি-মাটি,ভাষা-সংস্কৃতিৰ কথা কোৱা অসমৰ ৰথী-মহাৰথী, নেতা-পালিনেতাৰ পত্নীয়ে ৰাজভৱনত পালন কৰিলে অসমৰ সংস্কৃতিৰে সামঞ্জস্য নোহোৱা উৎসৱ৷
উত্তৰ ভাৰতৰ কৰৱা চৌথ পূজাক লৈ উ মন্ত্ৰী-বিধায়কৰ পত্নী। ইয়াকে লৈ সামাজিক মাধ্যমতো তীব্ৰ সমালোচনা৷ কাতি বিহুত এগছি চাকি দিবলৈ সময় নোপোৱা অসমীয়াই পালন কৰিছে কৰৱা চৌথ৷ ‘অতি হিন্দুত্ববাদে বিপথে পৰিচালিত কৰিছে নেকি একাংশ অভিজাত অসমীয়াক’ উদ্বিগ্নতা প্ৰকাশ বহুজনৰ৷