শৰাইঘাটৰ নতুন দলঙত ঘন্টা ঘন্টা ধৰি আৱদ্ধ যাত্ৰী

 06/03/2019 - 17:27

গুৱাহাটীঃ আমিনগাঁও-জালুকবাৰী সংযোগী পথত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে। শৰাইঘাটৰ নতুন দলঙত ঘন্টা ঘন্টা ধৰি আৱদ্ধ হৈ আছে যাত্ৰী।

যান-জঁট নিয়ন্ত্ৰণত ব্যৰ্থ যান বাহন আৰক্ষী। আৰক্ষীয়েও নাজানে যান-জঁটৰ প্ৰকৃত কাৰণ। আৱদ্ধ হৈ ৰৈছে এম্বুলেন্স।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।