ভূমিকম্পই জোকাৰি গ’ল মনিপুৰ, ৰিখটাৰ স্কেলত প্ৰাবল্য ৩.৪

 11/02/2021 - 14:09
 
 
নিউজ ডেস্কঃ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ, উখৰুল। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৪। ভাৰতীয় সময় মতে নিশা ১২:১৭ বজাত কম্পন অনুভূত হৈছিল। ভূ-পৃষ্ঠৰ পৰা ৭০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অনুভূত হৈছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।