দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ৰণাত আক্ৰান্তৰ সংখ্যাঃ বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈছে ১৫ হাজাৰ ২১জন লোক

 11/02/2021 - 16:19
 
 
 
 
নিউজ ডেস্কঃ দেশত ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত ১০ হাজাৰ ৪২৩জন আক্ৰান্ত। বিগত ২৪ ঘণ্টাত ৪৪৩ জন লোকৰ মৃত্যু। বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ১৫ হাজাৰ ২১জন লোক। এতিয়ালৈ দেশত ৩ কোটি ৩৬ লাখ ৮৩ হাজাৰ ৫৮১জন লোকে কোৰোণাক জয় কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।