দেশত ক’ৰণাৰ সংক্ৰমণ পুনৰ বৃদ্ধি, বিগত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত ১১ হাজাৰ ৯০৩ জন লোক

 11/03/2021 - 13:59
 
 
নিউজ ডেস্কঃ মঙলবাৰে পুনৰ দেশত কোৰোণাৰ সংক্ৰমণ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত দেশত ১১ হাজাৰ ৯০৩জন লোক ক’ৰণাত নতুনকৈ আক্ৰান্ত হৈছে। ৩১১জন লোকে বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুৱাইছে। বৰ্তমান ১ লাখ ৫১ হাজাৰ ২০৯জন লোক আক্ৰান্ত হৈ আছে। ক’ৰণাত আক্ৰান্ত হৈ ভাৰতত এতিয়ালৈ ৪ লাখ ৫৯ হাজাৰ ১৯১জন লোকৰ মৃত্যু হৈছে। মন্ত্ৰণালয়ে কয় যে মঙলবাৰে ৪১ লাখ ১৬ হাজাৰ ২৩০ পালি ভেকচিন প্ৰদান কৰা হৈছে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।