বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰ নাথ ফুকনক ২০২০ বৰ্ষৰ 'পদ্মশ্ৰী বঁটা'

 11/08/2021 - 16:39
 
 
নিউজ ডেস্কঃ সোমবাৰে সাহিত্য আৰু শিক্ষাৰ শিতানত বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰ নাথ ফুকনক প্ৰদান কৰা হয় ২০২০ বৰ্ষৰ 'পদ্মশ্ৰী বঁটা'। দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ইতিহাস আৰু সংস্কৃতি অধ্যয়নৰ সৈতে গভীৰভাৱে জড়িত ড০  যোগেন্দ্ৰ নাথ ফুকনক এই সন্মান প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।