আৰ জে ডিৰে মহামিত্ৰজোঁট কংগ্ৰেছৰ

 03/13/2019 - 14:17

ডিজিটেল ডেক্সঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্ৰেছো। বিহাৰত কংগ্ৰেছ দলে আৰ জে ডিৰে মহামিত্ৰজোঁট গঠন কৰিছে।

আজি লোকসভা নিৰ্বাচনৰ আসনৰ বুজাবুজিক লৈ আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধী, তেজস্বী যাদৱ, জিতেনৰাম মাঝি আৰু উপেন্দ্ৰ কুশৱাহা বৈঠকত মিলিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।