বেডমিণ্টন তাৰকা পি ভি সিন্ধুলৈ পদ্মভূষণ সন্মান

 11/08/2021 - 18:09
 
 
 
নিউজ ডেস্কঃ বেডমিণ্টন তাৰকা পি ভি সিন্ধুলৈ পদ্মভূষণ সন্মান। দুটাকৈ অলিম্পিক পদকেৰে বিভূষিত পি ভি সিন্ধুৱে আজি ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে পদ্মভূষণ সন্মান। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।