ভাৰতত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত ১৩ হাজাৰ ৯১গৰাকী, ৩৪০ গৰাকীৰ মৃত্যু

 11/11/2021 - 12:46
 
 
নিউজ ডেস্কঃ ভাৰতত বিগত ২৪ ঘণ্টাত ক’ৰণাত নতুনকৈ আক্ৰান্ত ১৩ হাজাৰ ৯১গৰাকী। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৪০গৰাকী। দেশত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১লাখ ৩৮লাখ ৫৫৬গৰাকী।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।