T-20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল, সমুখ সমৰত অষ্ট্ৰেলিয়া-পাকিস্তান

 11/11/2021 - 18:07
 
 
নিউজ ডেস্কঃ টি টুৱেণ্টী ২০২১ বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। মেচখন ডুবাইত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। বিজয়ী দলটোৱে অহা দেওবাৰে ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।