বিশ্ব শক্তি উত্তোলনত উজলিল অসম সন্তান, তিনিটাকৈ স্বৰ্ণ জয় আদিত্যৰাজৰ

 11/14/2021 - 13:48
 
 
নিউজ ডেস্কঃ বিশ্ব শক্তি উত্তোলনত উজলিল অসম সন্তান আদিত্যৰাজ শৰ্মা। তিনিটাকৈ স্বৰ্ণ জয় গুৱাহাটীৰ আদিত্যৰাজ শৰ্মাৰ। ৯০ কেজিৰ তিনিটা শাখাত স্বৰ্ণ জয় আদিত্যৰাজৰ। কিৰ্গিস্তানত অনুষ্ঠিত হৈছিল। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।