11/14/2021 - 14:02
in
নিউজ ডেস্কঃ আলফা স্বাধীনৰ অস্ত্ৰবিৰতি আৰু ৩মাহলৈ বৃদ্ধি। সংগঠনটোৰ ফালৰ পৰা এই কথা ঘোষণা। সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিযোগে দেওবাৰে আলফা স্বাধীনে এক পক্ষীয় অস্ত্ৰ বিৰতিৰ ম্যাদ পুনৰ তিনিমাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। অসমৰ জনস্বাৰ্থৰ খাতিৰতে আলফা স্বাধীনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে।