T-20 বিশ্বকাপৰ ফাইনেল খেল আজি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত

 11/14/2021 - 14:48
 
নিউজ ডেস্কঃ টি টুৱেণ্টী ২০২১ বিশ্বকাপৰ আজি ফাইনেল খেল অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।  টি টুৱেণ্টী ২০২১ বিশ্বকাপৰ আজি ফাইনেল মেচখন ডুবাইত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। এতিয়া বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী এখন অতি আকৰ্ষণীয় খেলৰ বাবে সাজু।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।